May 30, 2025 7:45 PM
19
গোৱাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গোৱাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয়, যে গোৱাৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্য, মনোৰম উপকূল সমূহৰ সৌন্দৰ্য, আকর্ষণীয় আতিথ্য আৰু আন বিভিন্ন বিষয়ৰ আকর্ষণে সমগ্র বিশ্বৰ জনসাধাৰণক ইয়ালৈ হাতবাউল দি মাতি আহিছে। গোৱাৰ সংস্কৃতি আৰু ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে পৰ্যটক আৰু স্থানীয় বাসিন্দা উভয় পক্ষকে সমিলমিলেৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। সমাগত দিনবোৰত ৰাজ্যখন অধিক সমৃদ্ধিশাল...