February 4, 2025 8:23 PM February 4, 2025 8:23 PM
6
ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনা সম্পৰ্কত প্ৰধানমন্ত্ৰী শ্রীমোদীৰ উত্তৰ
বৰ্তমান চৰকাৰে দুখীয়া জনসাধাৰণৰ কল্যানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলস্বৰূপে ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি শ্রীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। চৰকাৰে বিত্তীয় ব্যৱস্থাপনাৰ নিয়ম মানি চলি উন্নয়নৰ বাবে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰশংসা কৰি শ্রীম...