November 13, 2025 8:32 PM

views 18

বোটছোৱানাত প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি বোটছোৱানা প্রবাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতিয়ে অলপতে দিল্লীত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানত এই আক্ৰমণত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌনতা অৱলম্বন কৰা হয়। ৰাষ্ট্ৰপতিয়ে প্রবাসী ভাৰতীয়সকলক দুয়োখন দেশৰ মাজৰ বন্ধুত্বৰ জীৱন্ত সেতু বুলি অভিহিত কৰে আৰু বোটছোৱানাত বাস কৰা ভাৰতীয় মূলৰ ১০ হাজাৰ লোকৰ দেশখনৰ অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত আগবঢ...