December 24, 2025 8:27 PM

views 16

বৰদিনৰ প্ৰাক্-সন্ধিয়া জনসাধাৰণলৈ ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে বৰদিনৰ প্ৰাক্-সন্ধিয়া জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰদিন হৈছে আনন্দ আৰু উল্লাসৰ উৎসৱ যিয়ে প্ৰেম আৰু দয়াৰ বাৰ্তা কঢ়িয়াই আনে। তেওঁ কয় যে বৰদিনে প্রত্যেককে মানৱতাৰ কল্যাণৰ বাবে প্ৰভু যীশুখ্ৰীষ্টৰ ত্যাগৰ কথা সোঁৱৰাই দিয়ে। শ্রীমতী মুর্মুৱে লগতে কয় যে এই উৎসবে জনসাধাৰণক শান্তি, একতা, সমতা আৰু সমাজ সেৱাৰ প্ৰমূল্যক শক্তিশালী কৰাৰ বাবে অনুপ্রাণিত কৰে। তেওঁ সকলোকে যীশুখ্রীষ্টই দেখুৱাই যোৱা পথ অনুসৰণ কৰিবলৈ আৰু দয়া আৰু পাৰস্পৰিক সম্ভাৱ ...