January 1, 2026 8:24 PM January 1, 2026 8:24 PM
1
ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে : ৰাষ্ট্ৰপতি
ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু ভাৰতৰ অর্থনৈতিক বৃদ্ধিক তৃৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা গ্রহণ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত Skilling for AI Readiness শীর্ষক এটা বিশেষ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা কেৱল এটা প্রযুক্তি নহয়, বৰং ই ভাৰতক ইতিবাচক দিশলৈ পৰিৱৰ্তন কৰা এটা সুযোগ। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰে লগতে কয়, যে সমাগত দশকত...