November 2, 2025 7:52 PM

views 24

ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত ৰাষ্ট্ৰপতিৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে পুৰুষ আৰু মহিলা উভয়ৰে সমানে দায়বদ্ধতা থকা বুলি উল্লেখ কৰি তেওঁ মহিলাৰ শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। হৰিদ্বাৰৰ পতঞ্জলি বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে মিলিজুলি আগবাঢ়িবলৈ আহ্বান জনায়। সামৰোহত ভাষণ দি মানৱ সংস্কৃতিৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ পুৰোধা ব্যক...

October 2, 2025 12:53 PM

views 23

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্ম জয়ন্তীত ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুমুৱে কয় যে এয়া জাতিৰ পিতাৰ আদৰ্শ আৰু মূল্যবোধৰ প্ৰতি উৎসৰ্গা কৰাৰ এটা অনুষ্ঠান। তেওঁ লগতে কয় যে মহাত্মা গান্ধীয়ে শান্তি, সহনশীলতা, আৰু সত্যৰ বাৰ্তা দিছে, যিটো সমগ্ৰ মানৱ জাতিৰ বাবে এক প্ৰেৰণা। তেওঁ উল্লেখ কৰে যে মহাত্মা গান্ধীৱে অস্পৃশ্যতা, নিৰক্ষৰতা, মাদকদ্ৰব্যৰ প্ৰতি আসক্তি আৰু অন্যান্য অ সামাজিক কাৰ্য নিৰ্মূলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু সমাজৰ দুৰ্বল শ্...

September 1, 2025 8:23 PM

views 14

অখিল ভাৰতীয় বাক আৰু শ্ৰৱণ প্ৰতিষ্ঠানৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে অখিল ভাৰতীয় বাক আৰু শ্ৰৱণ প্ৰতিষ্ঠানক উদ্ভাৱনীশীল হোৱাৰ লগতে যোগাযোগৰ সমস্যা সমাধানৰ বাবে প্ৰযুক্তিৰ বিকাশ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি মহীশূৰত অনুষ্ঠিত অখিল ভাৰতীয় বাক আৰু শ্ৰৱণ প্ৰতিষ্ঠানৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ প্রদান কৰি এইদৰে কয়। প্রতিষ্ঠানটোৰ দক্ষতাৰ ক্ষেত্ৰত প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উৎকৃষ্টতা কেন্দ্র থকা প্ৰতিষ্ঠানটোৱে অন্যান্য গৱেষণা প্ৰতিষ্ঠান, ষ্টাৰ্ট আপ আৰু প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষার্থীসকলক শ্ৰৱণ অক্ষমতাৰ সমস্যা...

July 15, 2025 9:11 PM

views 13

ছাত্র-ছাত্রীসকলে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা উচিত : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে ছাত্র-ছাত্রীসকলে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰা উচিত৷ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাৰ ফলত দেশৰ সমৃদ্ধ সংস্কৃতিক সংৰক্ষণ কৰাৰ লগতে গভীৰভাৱে শিপাই থকা ভাৰতীয় পৰম্পৰাসমূহকো ৰক্ষা কৰিব পৰা যায় বুলি তেঁও উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ছাত্র-ছাত্রীসকলে যদিহে মাতৃভাষাক নিজৰ শিক্ষা গ্ৰহণৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰে, তেওঁলোকৰ প্রতিভা বহু গুণে বিকশিত হোৱাৰ সম্ভাৱনা থাকে। তেওঁ কয়, যে নিজৰ মাতৃভাষা সংৰক্ষণ কৰা তথা মাতৃভাষাক লৈ গৌৰৱবোধ কৰাতো প্ৰতিজন...

May 3, 2025 7:53 PM

views 15

মধ্যস্থতা ন্যায় প্রদান প্রক্রিয়াত আৱশ্যকীয় অংগ : ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে মধ্যস্থতা ন্যায় প্রদান প্রক্রিয়াত আৱশ্যকীয় অংগ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰতীয় মধ্যস্থতা সংস্থাৰ উদ্বোধন আৰু প্ৰথম ৰাষ্ট্ৰীয় মধ্যস্থতা সন্মিলন মুকলি কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে মধ্যস্থতাই অকল বিচাৰাধীন সুকীয়া গোচৰৰ ক্ষেত্ৰতে নহয় বৰং অন্য গোচৰৰ বোজা কম কৰি অন্য গোচৰৰ ক্ষেত্ৰতো ন্যায় প্ৰদান প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়ি...

March 29, 2025 11:36 AM

views 11

পৰিৱেশ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পৰিৱেশ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। দুদিনীয়া এই সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু পৰিৱেশ কৰ্মীসকলে পৰিৱেশ সম্পৰ্কীয় জটিল সমস্যাসমূহৰ কাৰ্যকৰী সমাধান সূত্র অন্বেষণৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত চাৰিটা গুৰুত্বপূৰ্ণ সত্ৰ অনুষ্ঠিত হ'ব আৰু বিভিন্ন সত্ৰত জলবায়ু পৰিৱৰ্তন, জনসংখ্যা নিয়ন্ত্রণ, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু স্থায়ী বিকাশকে ধৰি পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়...

March 7, 2025 10:27 AM

views 19

আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে কাইলৈ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সন্মিলন মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। নাৰী শক্তিৰে বিকশিত ভাৰত বিষয়বস্তুৰে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে এই সন্মিলনখনৰ আয়োজন কৰিছে। সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়া, দিল্লী পুলিচৰ বিষয়া, মাই ভাৰত স্বেচ্ছাসেৱক, অংগনবাড়ী কর্মী, আশা কৰ্মী আৰু আত্মসহায়ক গোটৰ সদস্য সমন্বিতে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে বিশ্ব বেংক, ইউনিছেফ, ৰাষ্ট্ৰসংঘৰ মহিলা গোটকে ধৰি কেইবাট...

February 15, 2025 6:17 PM

views 12

চৰকাৰৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয় যে চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি ৰাঁচীত অনুষ্ঠিত বিৰলা ইনষ্টিটিউত অৱ টেকন'লজি মেছৰাৰ প্লেটিনাম জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে অনাগত সময়, কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লার্নিঙৰ উল্লেখযোগ্য উন্নতিৰ দ্বাৰা পৰিচালিত নাটকীয় পৰিৱৰ্তনৰ সাক্ষী হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ উল্লেখযোগ্য ভূমিকা সম্পৰ্কতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উদ্ভাৱ...

January 13, 2025 10:26 AM

views 16

লহৰী উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লহৰী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কাইলৈ উদযাপন কৰিবলগীয়া মকৰসংক্রান্তি, পুংগল আৰু মাঘ বিহু উপলক্ষেও তেওঁ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু ৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। ই সকলোৰে জীৱনলৈ আনন্দৰ লহৰ কঢ়িয়াই আনে। প্রকৃতিৰ লগত মানুহৰ নীবিড় সম্পৰ্কৰ প্ৰতিফলন কৰি দেশৰ বিভিন্ন প্ৰান্তত এই উৎসৱসমূহ পৰম্পৰাগতভাৱে আৰু উলহ-মালহেৰে উদযাপন ...

November 29, 2024 10:02 AM

views 14

ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা ষ্টাফ কলেজৰ শিক্ষাৰ্থী-অধ্যাপকক সম্বোধন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ

সশস্ত্র বাহিনীয়ে ভাৰতৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাই নহয়, বৰং চাইবাৰ যুদ্ধ আৰু সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ বাবেও প্রস্তুতি চলাব লাগিব। তামিলনাডুৰ ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা ষ্টাফ কলেজৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকলক সম্বোধন কৰি কালি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে দ্রুতগতিত পৰিৱৰ্তন হোৱা ভূ-ৰাজনৈতিক পৰিৱেশত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভালদৰে সাজু হোৱাটো প্রয়োজন। যোৱা বুধবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুত উপস্থিত হোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি উধাগা...