December 4, 2024 7:42 PM
11
ওড়িশাৰ পবিত্ৰ চহৰ পুৰীৰ দ্বাদশ শতিকাৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন ৰাষ্ট্ৰপতিৰ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি পুৱা ওড়িশাৰ পবিত্ৰ চহৰ পুৰীৰ দ্বাদশ শতিকাৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন কৰে। তেওঁ মন্দিৰৰ ভিতৰত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ সৈতে মন্দিৰ চৌহদ পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে পুৰীৰ গোপবন্ধু আয়ুৰ্বেদ মহাবিদ্যালয়ৰ ৭৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মূÍৱে আজি বিয়লি ব্লু ফ্লেগ উপকূলত নৌসেনাবাহিনীৰ উদ্যোগত আয়োজিত বার্ষিক নৌস...