May 3, 2024 5:45 PM May 3, 2024 5:45 PM
2
আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস
আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস। প্রতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰসমূহক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাক আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। আমাৰ গ্ৰহটোৰ বাবে সংবাদ মাধ্যম: পাৰিপাৰ্শ্বিকতাৰ সংকটৰ প্ৰেক্ষাপটত সাংবাদিকতা বিষয়টোক এইবেলি বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ মূল বিষয় হিচাপে গ্রহণ কৰা হৈছে। এই বিশেষ দিৱস উপলক্ষে ৰাষ্...