August 14, 2024 8:27 PM August 14, 2024 8:27 PM
8
স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন সংবদ্ধ ৰাষ্ট্ৰ হিচাপে আগবাঢ়িছে আৰু অৰ্জিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্ৰবৃত্তিসমূহ প্রত্যাখ্যান কৰিছে। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰীপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ সমাজ জীৱনৰ প্ৰতিটো দিশতে অন্তৰ্ভুক্তিৰ ভাৱনা বিয়পি আছে। অন্তৰ্ভুক্তিৰ আহিলা হিচাপে ইতিবাচক কার্য গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য কৰে। সংবিধান প্রণেতা ডº বি আৰ আম্বেদকাৰৰ উদ্ধৃ...