April 10, 2025 10:20 AM
শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিৰ সৈতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা
শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি ব্ৰাটিশ্লাভাত দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষ...