October 14, 2024 12:09 PM October 14, 2024 12:09 PM
6
ভাৰত-আলজেৰিয়াৰ মাজত সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ সন্দৰ্ভত বৈঠক
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আলজেৰিয়া, ম'ৰিটেনিয়া আৰু ম'লাৱিৰ ত্ৰিদেশীয় ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত যোৱানিশা আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্ছত উপস্থিত হয়। এই ভ্ৰমণৰ আজি দ্বিতীয় দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। কালি আলজিয়ার্ছ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আব্দেলমজিদ টেবুনে ৰাষ্ট্রপতি শ্রীমতী মুমুর্ক আনুষ্ঠানিকভাৱে আদৰণি জনায়। ইয়াৰ পাছত...