November 9, 2025 7:50 PM

views 32

পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে এংগোলাৰ সৈতে ভাৰতে একেলগে কাম কৰি যোৱাৰ বাবে সাজু হৈ আছে বুলিও ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্রকাশ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোই আজি লোৱান্দাত অৱস্থিত ৰাষ্ট্রপতি ভৱনত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মৰ উপস্থিতিত দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত তেওঁক উষ্ম আদৰণি জনোৱা হয়। দুয়োগৰাকী নেতাই এংগোলা আৰু ভাৰতৰ মাজৰ বহুপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰি তোলাৰ লক্ষ্যৰে ব্যাপকভাবে পর্যালোচনা কৰে। আলোচনাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে দুয়োখন দেশৰে অগ্ৰাধিকাৰ সম্পন্ন একাধিক ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰাৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ ক...