November 8, 2025 12:56 PM

views 32

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আজি এংগোলা আৰু বটছৱানা ভ্ৰমণলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি এংগোলা আৰু বটছৱানা ভ্ৰমণসূচীৰে দেশখনলৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী মুৰ্মু এংগোলাৰ ৰাষ্ট্ৰপতি জ’ৱাও মেনুৱেল গনকাল্ভছ লৰেনক'ৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ যাব। উল্লেখযোগ্য যে এই বছৰ ভাৰত আৰু এংগোলাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰ সম্পূৰ্ণ হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে কাইলৈ দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্রীমতী মুর্মুৱে ১১ নৱেম্বৰত ৰাষ্ট্ৰখনৰ ৫০ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীতো ভাগ ল'ব। তেওঁ এংগোলাৰ সদনত ভাষণ দিয়াৰ...