August 15, 2024 11:25 AM August 15, 2024 11:25 AM
7
ভাৰত বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন ৰাষ্ট্ৰ হিচাপে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। তেওঁ কয় যে, আমি তথা কথিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্রবৃত্তিসমূহ প্রত্যাখ্যান কৰা উচিত। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া কালি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, দেশৰ সমাজ জীৱনৰ প্ৰতিটো দিশতে অন্তৰ্ভুক্তিৰ ভাৱনা বিয়পি আছে। অন্তৰ্ভুক্তিৰ আহিলা হিচাপে ইতিবাচক কার্যত গুৰুত্ব আৰোপ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। সংবিধান প...