February 15, 2025 11:37 AM

views 20

মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি, ক্ষমতা আহৰণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে দেশৰ নাৰী শক্তি আকাংক্ষা, উপলব্ধি আৰু অৱদানৰ বাবে আগবাঢ়ি গৈছে। ৰাষ্ট্ৰপতিয়ে মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু এই সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি আৰু ক্ষমতা আহৰণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি কৰ্ণাটকৰ বেংগালুৰুত দা আৰ্ট অৱ লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই অনুষ্ঠিত কৰা দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনত ভাষণ দি এইদৰে কয়। তেওঁ কয়, যে মহিলাসকল নিৰ্ভীক হোৱাৰ লগতে অভিলাসী লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব, বাধাসমূহ দূৰ কৰিব লাগিব আৰু ...

September 24, 2024 9:06 PM

views 23

ৰাজহুৱা খণ্ডৰ হিচাপ-নিকাচ ব্যৱস্থাৰ ক্ষমতাৰ পৰিধিয়ে পৰম্পৰাগত হিচাপ-নিকাচ ব্যৱস্থাৰ পৰিধিক চেৰ পেলাইছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে কৈছে যে, হিচাপ-নিকাচ ফলপ্রসূভাৱে সম্পন্ন কৰাৰ বাবে হিচাপ-নিকাচ ব্যৱস্থাটো প্ৰযুক্তিৰ উত্থানৰ অনুৰূপ হ'ব লাগে। নতুন দিল্লীত আজি সর্বোচ্চ হিচাপ-নিকাচ প্ৰতিষ্ঠানসমূহৰ এছিয় সংস্থাৰ ষষ্ঠদশ সভা উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজহুৱা খণ্ডৰ হিচাপ-নিকাচ ব্যৱস্থাৰ ক্ষমতাৰ পৰিধিয়ে পৰম্পৰাগত হিচাপ-নিকাচ ব্যৱস্থাৰ পৰিধিক চেৰ পেলাই গৈছে। ইয়াৰ ভিতৰত জন কল্যাণ আঁচনি আৰু প্ৰকল্পৰ ফলপ্ৰসূতা মূল্যায়নৰ নিচিনা বিষয়সমূহো অন্তৰ্ভুক্ত হৈছে। তেওঁ কয...