April 6, 2025 9:07 PM
14
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ উদ্দেশ্যে লিছবনলৈ ৰাওনা
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ উদ্দেশ্যে লিছবনলৈ ৰাওনা হৈছে। পৰ্টুগাল ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো ডি ছুচাক সাক্ষাৎ কৰিব আৰু প্ৰতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে পৰ্টুগালৰ প্ৰধানমন্ত্রী লুইচ মণ্টেগ্ৰো আৰু নেচনেল এছেম্বলিৰ অধ্যক্ষ জোছ পেড্ৰ' অগুইৰ ব্ৰেংকোক সাক্ষাৎ কৰিব। শ্লোভাকিয়া ভ্ৰমণকালত ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত...