September 20, 2024 1:33 PM September 20, 2024 1:33 PM
5
মধ্যপ্ৰদেশ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু ঝাৰখণ্ডৰ ৰাঁচীত উপস্থিত
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুদিনীয়া মধ্যপ্ৰদেশ ভ্ৰমণ সামৰি কালি ঝাৰখণ্ডৰ ৰাঁচীত উপস্থিত হয়। ৰাঁচী বিমানবন্দৰত ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ আৰু মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। আজি ৰাঁচীৰ ৰাষ্ট্ৰীয় মাধ্যমিক কৃষি প্রতিষ্ঠান আইচিএআৰৰ শতবার্ষিকী উদযাপনত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ প্ৰদান কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষ ডাক আৱৰণ আৰু ডাক ষ্টাম্প মুকলি কৰে। শতবার্ষিকী উদযাপনত ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী তথা গ্রামোন্নয়ন ম...