December 22, 2025 12:18 PM
50
বিকশিত ভাৰত জি ৰাম জী বিধেয়ক ২০২৫ত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ অনুমোদন
গ্রাম্য নিয়োগ নীতি পৰিৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি বিকশিত ভাৰত জি ৰাম জী বিধেয়ক ২০২৫ত অনুমোদন জনায়। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতেই শীতকালীন অধিৱেশনত গৃহীত হোৱা বিধেয়কখন আইনত পৰিণত হয়। উল্লেখযোগ্য যে পূৰ্বৰ এম জি এনৰেগা আইনৰ পৰিৱৰ্তে বিভি জি ৰাম জী বিধেয়কখন অনা হৈছে। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ নিবনুৱা লোকসকলক ১২৫টা কৰ্মদিনৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। এই আইনে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন আৰু দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্...