October 15, 2024 11:17 AM

views 24

ভাৰত-আলজেৰিয়াৰ অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত আৰু আলজেৰিয়াৰ মাজৰ অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈ আহ্বান জনাইছে। আলজেৰিয়াৰ ৰাজধানী চহৰ আলজিয়াৰ্ছত উভয় দেশৰ অৰ্থনৈতিক মঞ্চক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ নতুন যুগক নতুন গতি প্ৰদান কৰাৰ প্ৰয়োজনীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকী সম্প্ৰতি ত্রিদেশীয় ভ্রমণসূচীৰ অংশহিচাপে ৰাজধানী চহৰখনত আছে। ভ্রমণসূচীৰ দ্বিতীয় খেপত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু কাইলৈ মৰিটানিয়ালৈ ৰাওনা হ'ব। তাৰপাছত ৰাষ্ট্...