November 8, 2024 8:39 PM November 8, 2024 8:39 PM

views 2

চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিয়ে দুর্নীতিক পুলিয়ে পোখাই উৎখাত কৰিব বুলি ৰাষ্ট্ৰপতিৰ দ্রৌপদী মুৰ্মুৰ আস্থা প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিয়ে দুর্নীতিক পুলিয়ে পোখাই উৎখাত কৰিব বুলি আস্থা প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতীয় সমাজত সততা আৰু নিয়মানুৱৰ্তিতাক জীৱনৰ আদৰ্শ বুলি গণ্য কৰা হয়। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। তেওঁ কয়, যে দুর্নীতি এক প্ৰকাৰৰ বেমাৰ আৰু এয়া পুলিয়ে পোখাই উৎখাত কৰিবই লাগিব। চৰকাৰে দুৰ্নীতি ৰোধ কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহ...

November 8, 2024 7:02 PM November 8, 2024 7:02 PM

views 5

দুৰ্নীতিক এটা ৰোগ, ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয় । ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, চৰকাৰে দুৰ্নীতি নিবাৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰে ভালেমান পদক্ষেপৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি, ই-মার্কেট প্লেচ আৰু অৰ্থনৈতিক অপৰাধী আইনৰ বিষয়েও আলোকপাত কৰে। ৰাষ্ট্ৰপতি...