November 27, 2024 7:18 PM

views 11

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু চাৰিদিনীয়া তামিলনাডু ভ্রমণসূচীৰে আজি কইম্বাট’ৰত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, তেওঁৰ চাৰিদিনীয়া তামিলনাডু ভ্রমণসূচীৰ প্ৰথমটো পৰ্যায়ত আজি কইম্বাট’ৰত উপস্থিত হয়। কাইলৈ তেওঁ ৱেলিংটন উটিৰ প্ৰতিৰক্ষা সেৱাৰ পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে পৰহিলৈ আয়োজিত এটা অনুষ্ঠানত জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কইম্বাট'ৰ আৰু উটিৰ লগতে ইয়াৰ কাষৰীয়া এলেকাসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। উল্লেখযোগ্য যে পাহাৰীয়া এলেকাটোত বতৰৰ ...