April 7, 2025 12:06 PM
9
পৰ্তুগালৰ ৰাজধানী লিছবনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পৰ্তুগালৰ ৰাজধানী লিছবনত উপস্থিত হয়। ভ্রমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো ডি ছুচাক সাক্ষাৎ কৰিব আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। শ্রীমতী মুর্মুৱে পৰ্তুগালৰ প্ৰধানমন্ত্ৰী লুইচ মণ্টেগ্ৰো আৰু নেচনেল এছেম্বলীৰ অধ্যক্ষ জোছ পেড্ৰ’ অগুইৰ ব্ৰেংকোক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু শ্লোভাকিয়ালৈ ৰাওনা হ'ব। ভ্রমণকালত তেওঁ শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষ...