ডাউনলোড
মোবাইল এপ

android apple
signal

April 27, 2025 8:42 PM

পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু নতুন দিল্লীত উপস্থিত

বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰবী পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত উপস্থিত হৈছে। ৰোমৰ শান্তা মাৰিয়া মেইগিগোৰ বেচিলিকাত কালি ...