November 10, 2025 2:41 PM
2
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’ব
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল'ব। শ্রীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাত নেচনেল এছেম্বলিৰ সাংসদসকলক উদ্দেশ...