September 19, 2024 7:00 PM

views 16

উজ্জয়িনীৰ মহাকালত সংস্কৃতি-সভ্যতাৰ পৰম্পৰা কেইবা শতিকাজুৰি প্ৰচলিত হৈ আহিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, উজ্জয়িনীৰ মহাকালত সংস্কৃতি আৰু সভ্যতাৰ পৰম্পৰা কেইবা শতিকাজুৰি প্ৰচলিত হৈ আহিছে। উজ্জ্বয়িনীত আজি চাফাই মিত্র সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে ইন্দোৰ-উজ্জয়িনী সংযোগী ছটা শাৰীযুক্ত পথ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানো ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰে। এই অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, বিগত ১০টা বছৰত পৰিচ্ছন্নতা অভিযান এটা ৰাষ্ট্ৰজোৰা কাৰ্যসূচী হিচাপে পৰিগণিত হৈছে আৰু এই অভিযানে দেশত অ...