September 1, 2024 8:27 PM

views 12

অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বানঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে, অমিমাংসীত গোচৰৰ সংখ্যা হ্ৰাস কৰাটো ন্যায় ব্যৱস্থাৰ বাবে এটা বৃহৎ প্রত্যাহ্বান। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অমিমাংসীত গোচৰৰ সমস্যা সমাধান কৰিবলৈ সকলো অংশীদাৰীয়ে একেলগে আগবাঢ়ি অহাটো প্রয়োজন। অনুষ্ঠানত ভাষণ প্ৰসংগত আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে, বিভিন্ন ক...

September 1, 2024 8:23 PM

views 11