July 9, 2024 8:28 PM July 9, 2024 8:28 PM
10
এন আই এছ ই আৰৰ ত্ৰয়োদশ স্নাতক সমাৰোহত ৰাষ্ট্ৰপতিৰ ভাষণ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, এন আই এছ ই আৰৰ শিক্ষাৰ্থীসকলক মানৱতা আৰু ৰাষ্ট্ৰৰ বাবে নিজৰ শিক্ষা আৰু জ্ঞানৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ওড়িশাৰ ভূৱনেশ্বৰত আজি বিয়লি এন আই এছ ই আৰৰ ত্ৰয়োদশ স্নাতক সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষাৰ্থীসকলক নিজ নিজ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব উজাৰি দি দেশৰ হকে প্ৰশংসা বুটলিবলৈ আহ্বান জনায়। শিক্ষাক অমৃতৰ সমান বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, প্ৰসিদ্ধ...