November 5, 2024 9:04 PM
14
আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘৰ সহযোগত নতুন দিল্লীত আজিৰ পৰা দুদিনীয়া সন্মিলনৰ আয়োজন
সাংস্কৃতিক মন্ত্রালয়ে বৌদ্ধ ধৰ্মৰ সন্মানার্থে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘৰ সহযোগত নতুন দিল্লীত আজিৰ পৰা দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এছিয়াক শক্তিশালী কৰি তোলাত বৌদ্ধ ধৰ্ম্মৰ ভূমিকাক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছে। তেওঁ কয় যে এই পথ প্ৰদৰ্শকসকলৰ মাজত ভগৱান বুদ্ধৰ অনন্য স্থান আছে। তেওঁ কয় যে, বুদ্ধ গয়াৰ বোধিব...