January 24, 2026 11:59 AM
3
ৰাষ্ট্রপতি ভৱনত গ্রন্থ কুটিৰ উদ্বোধন ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ
ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি ৰাষ্ট্রপতি ভৱনত গ্রন্থ কুটিৰ উদ্বোধন কৰে। এই কুটিৰত প্রায় ৫০টা পাণ্ডুলিপি আৰু ১১টা ভাৰতীয় ধ্রুপদী ভাষাৰ দুহেজাৰ ৩০০ খন গ্রন্থ সংগ্ৰহ কৰা হৈছে। এই কুটিৰত মহাকাব্য, দর্শন, ভাষা, বুৰঞ্জী, শাসন ব্যবস্থা, বিজ্ঞান, আধ্যাত্মিক সাহিত্যৰ লগতে ভাৰতীয় সংবিধান বিষয়ক বিভিন্ন গ্রন্থ ৰখা হৈছে। দেশৰ চহকী সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য সন্দৰ্ভত জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ লগতে অনৈক্যৰ মাজত ঐক্যৰ ভাৱধাৰা শক্তিশালী কৰাটোৱে হৈছে এই গ্রন্থ কুটিৰৰ মূল উদ্দেশ্য। এই উপলক্ষে দিয়...