June 8, 2024 9:18 PM June 8, 2024 9:18 PM

views 7

ৰাষ্ট্ৰপতি ভৱনত কাইলৈ প্রধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠান

কেন্দ্ৰত নতুন চৰকাৰৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰপতি ভৱনত কাইলৈ সন্ধিয়া ৭ বাজি ১৫ মিনিটত প্রধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে নৰেন্দ্ৰ মোদীক প্রধানমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষ...