July 10, 2024 7:08 PM

views 27

ৰাজ্যৰ মহাবিদ্যালয়ৰ পদৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ

অসম চৰকাৰে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা এই জাননী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক তদন্তৰ বাবে নির্দেশ দিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটা পোষ্টযোগে কয় যে চৰকাৰৰ অনুমোদন অবিহনে উচ্চ শিক্ষা সঞ্চালকালয়ে এই নিৰ্দেশনা প্রকাশ কৰিছে। আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে কয়...