January 8, 2025 1:42 PM January 8, 2025 1:42 PM

views 6

আজিৰে পৰা ভূৱনেশ্বৰত ১৮ সংখ্যক প্রবাসী ভাৰতীয় দিৱসৰ অধিৱেশন

ভূৱনেশ্বৰত আজিৰে পৰা ১৮ সংখ্যক প্রবাসী ভাৰতীয় দিৱসৰ অধিৱেশন আৰম্ভ হৈছে। এই উপলক্ষে ওড়িশা চৰকাৰে ৫০ খন দেশৰ পৰা ভাৰতলৈ অহা প্ৰবাসী ভাৰতীয়- এন আৰ আইৰ সন্মুখত ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্য প্ৰদৰ্শন কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ সহযোগত আয়োজন কৰা এই দিৱসত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।        ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে পৰহিলৈ অধিৱেশনৰ বিদায় সভাত সভাপতিত্ব কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে প্রবাসী ভাৰতীয় সকলে বিভিন্ন ক্ষেত্ৰত দেখুওৱা কৃতিত্বৰ স্বীকৃতি প্ৰদান কৰাৰ উ...