December 27, 2025 12:51 PM

views 36

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবার্ষিকী

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবার্ষিকী। গীত গোৱালপৰীয়া লোকগীতৰ সাধক প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়াই আহিছে। এই উপলক্ষে গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আজি এই বঁটা প্ৰদান কৰা হ'ব। এইবাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক এই সন্মান প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰচাৰত বৰঙণি আগবঢ়োৱা এগ...