April 30, 2025 8:42 PM

views 14

উধমপুৰস্থিত উত্তৰ প্ৰান্তৰ সেনাৰ কমাণ্ডাৰ ইন ছীফ হিচাপে লেফটেনেণ্ট জেনেৰেল প্ৰতিক শৰ্মাৰ দাযিত্বভাৰ গ্ৰহণ

লেফটেনেণ্ট জেনেৰেল প্ৰতিক শৰ্মাই আজি উধমপুৰস্থিত উত্তৰ প্ৰান্তৰ সেনাৰ কমাণ্ডাৰ ইন ছীফৰ দাযিত্বভাৰ গ্ৰহণ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে, ১৫ মাহৰ দায়িত্বত থকা লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্র কুমাৰৰ ঠাইত তেওঁ এই দায়িত্বত নিয়োজিত হৈছে। সুচেন্দ্ৰ কুমাৰে আজি নিজৰ ৩০ বছৰীয়া কৰ্মজীৱনৰ সামৰণি পেলাই অৱসৰ গ্ৰহণ কৰে। শ্ৰীশৰ্মা পূৰ্বতে পৱন, মেঘদূত, ৰক্ষক আৰু পৰাক্ৰমৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানৰ অংশ আছিল। লেফটেনেণ্ট জেনেৰেল শ্ৰীশৰ্মাই সেনা সচিব শাখাৰ সেনা অভিযানৰ সচিব হিচাপেও এসময়ত...