April 8, 2025 8:43 PM April 8, 2025 8:43 PM

views 4

কোকৰাঝাৰৰ সংহত শিশু উন্নয়ন প্রকল্প বিষয়া সূৰ্য বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্রমোদ বড়োৱে তীব্ৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কালি কোকৰাঝাৰৰ জিলা সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্রকল্প বিষয়া সূৰ্য বৰুৱাক আয়ৰ সৈতে সামঞ্জস্যহীন সা-সম্পত্তি ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, যে দূৰ্নীতিত লিপ্ত থকা লোকসকলক গ্ৰেপ্তাৰ কৰি আইন অনুসাৰে শাস্তি বিহা হ'ব আৰু এই ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ'ব। শ্ৰীবড়োৱে বিষয়া কৰ্মচাৰীসকলক কোনো ধৰণৰ অসাধু কাম-কাজত লিপ্ত নহ’বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কালি ক...