May 17, 2025 9:22 PM

views 6

ভাৰতে দেশৰ হিতৰ পৰিপন্থী আৰু সংকটৰ সময়ত ইয়াৰ বিৰুদ্ধে থিয় দিয়া ৰাষ্ট্ৰসমূহক সবল কৰি তোলাৰ বিপদ মূৰ পাতি ল’ব নোৱাৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মন্তব্য

ভাৰতে দেশৰ হিতৰ পৰিপন্থী আৰু সংকটৰ সময়ত ইয়াৰ বিৰুদ্ধে থিয় দিয়া ৰাষ্ট্ৰসমূহক সৱল কৰি তোলাৰ বিপদ মূৰ পাতি ল’ব নোৱাৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। নতুন দিল্লীত আজি জয়পুৰীয়া ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ বাৰ্ষিক সমাৱৰ্তন সমাৰোহত ভাষণ দি শ্রীধনখড়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিগৰাকী ব্যক্তিৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি সুৰক্ষা আগবঢ়োৱাৰ অধিকাৰ আছে। তেওঁ কয যে বিশেষকৈ ব্যৱসায়, বাণিজ্য আৰু উদ্যোগজগতে সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভমিকা পালন কৰিব পাৰে। শ্ৰীধনখ...