January 11, 2026 11:29 AM

views 7

প্রধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ প্ৰগতিৰ ৫০ সংখ্যক বৈঠকৰ সফলতা

সক্ৰিয় শাসন আৰু নিৰ্ধাৰিত সময়ত আঁচনি ৰূপায়ণৰ বাবে প্রধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ প্ৰগতিৰ ৫০ সংখ্যক বৈঠকৰ সফলতাৰ উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে বিবেচিত হৈছে। ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতি আৰম্ভ কৰাৰ পিছৰে পৰা এই কাৰ্যসূচীৰ অধীনত প্রধানমন্ত্ৰীৰ দ্বাৰা প্ৰত্যেক্ষ পর্যালোচনাৰ জৰিয়তে আন্তঃগাঁথনিমূলক প্রকল্প আৰু জনসাধাৰণৰ অভিযোগসমূহৰ নিৰীক্ষণ আৰু সমাধান কৰি শাসন ব্যৱস্থাৰ ৰূপান্তৰ কৰা হৈছে। এই মঞ্চই সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ উদাহৰণ দাঙি ধৰাৰ লগতে কেন্দ্ৰ, ৰাজ্য, আৰু কেন্দ্ৰীয় মন...