September 10, 2024 8:52 PM

views 22

নতুন দিল্লীত কাইলৈ প্রধানমন্ত্রী মৎস্য কিষাণ সমৃদ্ধিসহ যোজনা মুকলি কৰিব মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কাইলৈ নতুন দিল্লীত প্রধানমন্ত্রী মৎস্য কিষাণ সমৃদ্ধিসহ যোজনা মুকলি কৰিব। তেওঁ লগতে মৎস্য পালন খণ্ডৰ বাবে উৎপাদন আৰু প্ৰসংস্কৰণ গোটৰ বাবে নিৰ্দেশনা জাৰি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্রী মৎস্য সম্পদা যোজনাৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ প্ৰকল্পসমূহৰ বিষয়ে আলোকপাত কৰা হ'ব। মীন পালন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল, ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মীন বিভাগৰ ...