March 15, 2025 7:08 PM

views 12

ধেমাজিৰ চিচিবৰগাঁও উন্নয়ন খণ্ডত কেইবাখনো আঁচনিৰ শুভ উদ্বোধন সাংসদ প্ৰদান বৰুৱাৰ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিচিবৰগাঁও উন্নয়ন খণ্ডত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কেইবাখনো আঁচনিৰ শুভ উদ্বোধন কৰাৰ লগতে নিৰ্মাণ হ'বলগীয়া আন কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। চিচিবৰগাঁও মজলীয়া বিদ্যালয়ৰ খেলপথাৰত আয়োজিত কাৰ্যসূচীত জোনাইৰ বিধায়ক ভুৱন পেগুৰ সৈতে সাংসদগৰাকীয়ে সমষ্টিটোত নতুনকৈ নিৰ্মাণ কৰা ৭টা আদর্শ অংগনৱাড়ী কেন্দ্ৰ আৰু এটা ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথ উদ্বোধন কৰে। সাংসদ শ্ৰীবৰুৱাই চিচিবৰগাঁও মজলীয়া বিদ্যালয়, চিচিবৰগাঁও শংকৰদ...