October 29, 2025 8:48 PM

views 120

চৌদি আৰৱত কালিৰে পৰা ৩ নৱেম্বৰলৈ প্ৰবাসী পৰিচয় অনুষ্ঠান

ৰিয়াধত থকা ভাৰতীয় দূতাবাসে ভাৰতৰ বৰ্ণিল সংস্কৃতিক বিশ্ব দৰবাৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে ২০২৩ চনৰ পৰা প্ৰবাসী পৰিচয় নামৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই বছৰৰ প্ৰবাসী পৰিচয় অনুষ্ঠান কালিৰে পৰা ৩ নৱেম্বৰলৈ চৌদি আৰৱত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত প্রবাসী ভাৰতীয় সংস্থাসমূহে শাস্ত্রীয় নৃত্য, সংগীত, লোককলা আৰু পৰম্পৰাগত ৰন্ধন প্রণালী প্রদর্শন কৰিব। কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত হিন্দী চিনেমা জগতৰ বহুকেইগৰাকী সংগীত শিল্পীয়ে বহুতো কালজয়ী গীত পৰিবেশন কৰে। এই সংগীতানুষ্ঠানৰ সমান্তৰালভাবে অনুষ্ঠিত হোৱা ...