December 14, 2025 8:50 PM

views 16

ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে কেইবাখনো ৰাজ্যক শক্তিখণ্ডত দেখুওৱা উৎকৃষ্টতাৰ বাবে বঁটা প্ৰদান

অসমে শক্তি সক্ষমতা খণ্ডত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কেইখনমান ৰাজ্যৰ ভিতৰত শ্রেষ্ঠ ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেইবাখনো ৰাজ্যক শক্তিখণ্ডত দেখুওৱা উৎকৃষ্টতাৰ বাবে বঁটা প্ৰদান কৰা হয়। শক্তি সক্ষমতা শিতানত উৎকৃষ্ট প্ৰদৰ্শন কৰা ৰাজ্যৰ প্রথম গোটত কর্ণাটকে শীর্ষস্থান লাভ কৰে। দ্বিতীয় গোটত অন্ধ্র প্রদেশে প্রথম স্থান লাভ কৰাৰ বিপৰীতে তৃতীয় গোটত কেৰালাই শীর্ষ স্থান লাভ কৰে। চতুর্থ গোটত অসমে শীর্ষ স্থান লাভ কৰাৰ লগতে পঞ্চম গোটত চণ্ডীগড়ে ...

December 7, 2025 8:02 PM

views 24

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালৰ প্রকাশ

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে গ্রাহককেন্দ্রিক তথা স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালে আজি প্রকাশ কৰিছে। নতুন দিল্লীত শক্তি বিতৰণ খণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ প্রযুক্তি সন্দর্ভত আয়োজিত প্রথমখন ৰাষ্ট্রীয় সম্মিলনত তেওঁ এই কথা প্রকাশ কৰে। সন্মিলনৰ সামৰণি ভাষণত শক্তিমন্ত্ৰীগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা তথা যান্ত্রিক শিকণভিত্তিক ব্যৱস্থাসমূহে গ্রাহকসকলৰ অভিজ্ঞতা তথা ব্যৱস্থা...

December 22, 2024 8:27 PM

views 18

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত কেৰালাত ৰূপায়িত বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা বৈঠক

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি কেৰালাত ৰূপায়িত হৈ থকা শক্তি আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনামূলক এখন বৈঠকত অধ্যক্ষতা কৰে। থিৰুৱানন্তপুৰমত অনুষ্ঠিত এই বৈঠকখনত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী, বিদ্যুৎ বিভাগৰ ৰাজ্য মন্ত্ৰী কে কৃষ্ণ কুট্টীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে। শ্রী মনোহৰ লালে সামাজিক মাধ্যম এক্সৰ জৰিয়তে সদৰি কৰা অনুসৰি পৰ্যালোচনামূলক বৈঠকখনত জলবিদ্যুৎ প্ৰকল্পৰ উন্নয়ন, শক্তি সঞ্চয়, কাৰ্যকৰ...