October 10, 2024 12:51 PM

views 26

ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে ৰাজ্যত ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে প্ৰকাশ কৰিছে। ডাক সপ্তাহৰ অংশ হিচাপে কালি বিশ্ব ডাক দিৱস পালন কৰাৰ লগতে আজি অন্ত্যোদয়া দিৱস পালন কৰা হ'ব। আনহাতে, কাইলৈ বিত্ত সৱলীকৰণ দিৱস উদযাপনেৰে এই ডাক সপ্তাহৰ অন্ত পৰিব। আন্তঃৰাষ্ট্ৰীয় স্তৰত ডাক আদান-প্ৰদান কৰা ব্যৱস্থাক পৰিচালনা কৰা সাৰ্বজনীন ডাক সংঘৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাটো ৰাষ্ট্...