April 10, 2025 7:02 PM
পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনৰ সামগ্ৰী ব্যয়ৰ হাৰ ৯.৫-০ শতাংশ বৃদ্ধি
কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনত সামগ্ৰী ব্যয়ৰ হাৰ ৯.৫-০ শতাংশ বৃদ্ধি কৰিছে। এই আঁচনিৰ অধীনত চৰকাৰী আৰু চৰকাৰী সাহায্য লাভ কৰা বিদ্যালয়সমূহত প্ৰাক-প্ৰাথ...