April 10, 2025 7:02 PM
28
পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনৰ সামগ্ৰী ব্যয়ৰ হাৰ ৯.৫-০ শতাংশ বৃদ্ধি
কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনত সামগ্ৰী ব্যয়ৰ হাৰ ৯.৫-০ শতাংশ বৃদ্ধি কৰিছে। এই আঁচনিৰ অধীনত চৰকাৰী আৰু চৰকাৰী সাহায্য লাভ কৰা বিদ্যালয়সমূহত প্ৰাক-প্ৰাথমিক আৰু প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত ১১ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীক বিদ্যালয়তে প্ৰস্তুত কৰা আহাৰ পৰিৱেশন কৰা হয়। কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে সামগ্রী ব্যয়ৰ এই নতুন হাৰ অহা ১ মে'ৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হ'ব বুলি প্ৰকাশ কৰিছে। ২০২৫-২৬ বৰ্ষত এই বৰ্ধিত হাৰৰ ফলত হোৱা ৯৫৪ কোট...