December 23, 2025 7:40 PM

views 62

ৰাজ্য চৰকাৰৰ শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’ৰ্টেল মুকলি

অসম শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প'ৰ্টেল মুকলি কৰিছে। শাৰীৰিক অসুস্থতা, চিকিৎসা ব্যয় আদিৰ ফলত আর্থিক সমস্যাৰ সন্মুখীন হোৱা শিল্পীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি মুকলি কৰিছে। ১৮ৰ পৰা ৭০ বছৰ বয়সৰ শিল্পীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিল্পীসকলে এই আঁচনিৰ জৰিয়তে ৩ লাখৰ পৰা ৬ লাখ টকালৈ আৰ্থিক সাহায্য লাভ কৰিব। ইয়াৰ বাবে অনলাইন প’ৰ্টেলত ৭ জানুৱাৰীৰ নিশা ১২ বজালৈ আবেদন কৰিব পাৰিব।

December 23, 2025 1:26 PM

views 44

ৰাজ্য চৰকাৰৰ শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’র্টেল মুকলি

অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’র্টেল মুকলি কৰিছে। শাৰিৰীক অসুস্থতা, চিকিৎসা ব্যয় আদিৰ ফলত আর্থিক সমস্যা সন্মুখীন হোৱা শিল্পীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি মুকলি কৰিছে। ১৮ৰ পৰা ৭০ বছ বয়সৰ শিল্পীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিল্পীসকলে এই আঁচনিৰ জৰিয়তে ৩ লাখৰ পৰা ৬ লাখ টকালৈ আর্থিক সাহায্য লাভ কৰিব। ইয়াৰ বাবে অনলাইন প’ৰ্টেলত ৭ জানুৱাৰীৰ নিশা ১২ বজালৈ আবেদন কৰিব পাৰিব।