September 25, 2024 7:24 PM

views 17

তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ প্ৰশ্ন সম্পৰ্কীয় অভিযোগৰ বাবে ৰাজ্য চৰকাৰৰ অনলাইন প’ৰ্টেল মুকলি

যোৱা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ প্ৰশ্ন সম্পৰ্কীয় অভিযোগৰ বাবে আয়োগে অনলাইন প'ৰ্টেল মুকলি কৰিছে। www.site.sebaonline.org আৰু WWW.ASSAM.GOV.IN শীর্ষক ৱেবছাইট দুটাৰ জৰিয়তে ২৮ ছেপ্তেম্বৰৰ দিনৰ চাৰে ১১ বজাৰ পৰা ১০ অক্টোবৰৰ ভিতৰত প্ৰাৰ্থীয়ে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ৫০০ টকা জমা দি প্রশ্ন সম্পৰ্কীয় কিবা অভিযোগ থাকিলে সেয়া দাখিল কৰিব পাৰিব। তদুপৰি একেদুটা ৱেবছাইটৰ জৰিয়তে ২৭ ছেপ্তেম্বৰৰ দিনৰ চাৰে ১১ বজাৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত ৫০ টকা আদায় দি নি...