July 11, 2025 3:06 PM

views 18

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। সমগ্ৰ বিশ্বতে জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু সুযোগ-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। এই দিৱস হ'ল – জনসংখ্যাৰ সৈতে সম্পর্কিত উদ্বেগৰ ফলত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বিষয়ে সজাগতা সৃষ্টি আৰু বহনক্ষম ভৱিষ্যতৰ হকে কাম কৰাৰ পদক্ষেপৰ অংশ বিশেষ। পৰিৱেশ তথা উন্নয়নকে ধৰি জনসংখ্যাৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯০ চনৰ ডিচেম্বৰত গ্ৰহণ কৰা এটা প্ৰস্তাৱৰ জৰিয়তে বিশ্ব জনসংখ্...

July 11, 2024 8:32 PM

views 18

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত

আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গোলাঘাট জিলাত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত দিৱসৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনা পষেক আয়োজিত হয়। পষেক উপলক্ষে অনুষ্ঠিত সভাত পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যাৰ বোধ সন্দৰ্ভত আলোচনা আয়োজিত হয়। সভাত চিকিৎসক ৰঞ্জিত ভূঞাই পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যা বোধৰ বাবে আশাকৰ্মীসকলৰ কৰণীয় সন্দৰ্ভত মতামত আগবঢ়ায়। সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ জিলা আঁচনি প্ৰবন্ধক অনুষ্কা বৰাই উপযুক্ত সময়ত বিব...