January 15, 2026 7:05 PM
9
পোংগাল আৰু মকৰ সংক্ৰান্তি উপলক্ষে উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ জনসাধাৰণলৈ শুভেচ্ছা
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোংগাল আৰু মকৰ সংক্ৰান্তি উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয় যে এই কৃষিভিত্তিক উৎসৱে প্ৰকৃতি, কৃষক আৰু কঠিন পৰিশ্ৰমে দেশ নির্মাণলৈ আগবঢ়োৱা অৱদানক সোঁৱৰাই দিয়ে। তেওঁ পোংগাল উৎসৱে প্ৰতিটো পৰিয়াললৈ সমৃদ্ধি, শান্তি আৰু নতুন আশাৰ সঞ্চাৰ কৰিব বুলি আশা কৰে। এটা বার্তাত প্রধানমন্ত্রীয়ে কয় যে পোংগাল উৎসৱে সকলোকে একেলগ কৰি ৰাখি সমাজত শান্তি-সম্প্রীতি অটুট ৰখাত সহায় কৰে। প্রধানমন্ত্রীয়ে...