January 27, 2025 8:13 PM
পলিটেকনিক প্ৰতিষ্ঠানৰ অংশকালীন প্রবক্তাসকলৰ চচলত প্ৰতিবাদ সাব্যস্ত
২০১৭ চনৰ ১১ খন পলিটেকনিক প্ৰতিষ্ঠানত নিযুক্তি দিয়া অংশকালীন প্রবক্তাসকলে আজি গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম পলিটেকনিক প্রতিষ্ঠাপক ফেকাল্টি সন্থাৰ উদ্যোগত পুৱাৰ ভাগৰ পৰ...