May 30, 2024 1:10 PM May 30, 2024 1:10 PM
67
প্ৰথমবাৰৰ বাবে দেশত ৮৫ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছেঃ নিৰ্বাচন আয়োগ
নিৰ্বাচন আয়োগে শাৰীৰিক বা অন্য যিকোনো বাধাগ্ৰস্ততাৰ বাবে যাতে কোনো যোগ্য ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সৰ্বাংগীনতা আৰু সুলভতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যাপক অগ্রগতি লাভ কৰিছে। আয়োগে কয় যে এতিয়ালৈকে ছয়টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বিশেষভাৱে সক্ষম ব্যক্তি জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগৰ ব্যক্তি আৰু বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ দৰে বিভিন্ন শ্ৰেণীৰ ভোটাৰৰ মাজত নিৰ্বাচনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। আয়োগে লগতে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাব...